ei muhurtar khabar
ei muhurtar khabar  
অসম

মঙলদৈত ধুমুহাত : বিস্তৰ ক্ষতি বহু পৰিয়ালৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈ : ধুমুহাত বিস্তৰ ক্ষতি মঙলদৈত।

•শুকুৰবাৰে ৰাতি হোৱা এজাক ধুমুহাই টচনচ কৰিলে মঙলদৈ।

•১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গছ পৰি ব্যাহত যোগাযোগ ব্যৱস্থা।

•মঙলদৈ জেল আৰু ডাকঘৰৰ ওচৰত বতাহ, ধুমুহা, বৰষুণত উঘালি পৰে গছ বিদ্যুতৰ খুটা।

•বিস্তৰ ক্ষতি মঙলদৈ টাউনত।

•বহু লোকৰ ঘৰ উৰুৱাই নিয়ে ধুমুহাই।