অসম

প্ৰাক্তন অধিবক্তা দুলাল ঘোষৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মঙলদৈত শোকাৱহ ঘটনা। সোমবাৰে প্ৰাক্তন চৰকাৰী অধিবক্তা দুলাল ঘোষৰ আকস্মিক মৃত্যু হয় । ঘটনা অনুসৰি মঙলদৈ আদালতত কৰ্তব্যৰত অৱস্থাতে হঠাতে ঢলি পৰে অধিবক্তাগৰাকী। পিছত সতীৰ্থৰ সহযোগত মঙলদৈ অসামৰিক চিকিৎসালয়ত অধিবক্তা গৰাকীক ভৰ্তি কৰাই যদিও মৃত ঘোষণা কৰে চিকিৎসকে।