অসম

মহানগৰীৰ চান্দমাৰীত মালবাহী ৰে'লৰ খুন্দাত নিহত যুৱক

Asomiya Pratidin
  • মহানগৰীৰ চান্দমাৰীত অঘটন

  • মালবাহী ৰেলৰ খুন্দাত নিহত যুৱক

  • এতিয়াও উদ্ধাৰ হোৱা নাই তেওঁৰ পৰিচয়

  • যুৱকজন আনুমানিক বয়স ২৫/২৬ বৰ্ষীয়

  • বৰ্তমানেও ৰেল আলিত পৰি ৰৈছে তেওঁৰ মৃতদেহ

  • এইয়া আত্মহত্যা বুলি মন্তব্য প্ৰত্যক্ষদৰ্শীৰ