হাতী-মানুহৰ সংঘাতঃ মাজুলীত এজন আহত...
হাতী-মানুহৰ সংঘাতঃ মাজুলীত এজন আহত...  
মাজুলী

হাতী-মানুহৰ সংঘাতঃ মাজুলীত এজন আহত...

Asomiya Pratidin
  • ৰাজ্যত পুনৰ সংঘটিত হৈছে হাতী-মানুহৰ সংঘাত।

  • এইবাৰ মাজুলীত হাতীৰ আক্রমণত আহত হ'ল এজন লোক।

  • আহত লোকজন মাজুলীৰ গায়ন গাঁৱৰ সোনাৰাম শইকীয়া।

  • গৰু খুঁটিত গৰু বান্ধিবলৈ যাওতেই আক্রমণৰ সন্মুখীন হয় বনৰীয়া হাতীৰ।

  • আহত লোকজনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।