হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা…
- ৰাজ্যত হ্ৰাস হৈছে কোভিড আক্ৰান্তৰ সংখ্যা।
- হ্ৰাস পাইছে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা।
- শেহতীয়া ২৪ ঘণ্টাত ৰাজ্যত কোভিড পজিটিভৰ সংখ্যা ২ শতাংশতকৈ অধিক হ্ৰাস পাইছে।
- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫ গৰাকী।
- মঙ্গলবাৰৰ দিনটোত ৰাজ্যত মুঠ কোভিড পৰীক্ষা কৰাৰ সংখ্যা আছিল ১,৭০,৮৫৬।
- সামগ্ৰিকভাৱে কোভিড পজিটিভৰ হাৰ ১.৬৪ শতাংশ।
- ২৪ ঘণ্টাত কোৰোনাত আক্ৰান্ত হৈছে ২৮০৫ গৰাকী লোক।
- আনহাতে কামৰূপ মেট্ৰ জিলাত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৫৮ গৰাকী লোক।
- বিগত ২৪ ঘণ্টাত ৰাজ্যত সুস্থতাৰ হাৰ ৯২.৪০ শতাংশ।