অসম

মেঘালয়ৰ সোণাপুৰত ভূমিস্খলন : বন্ধ শিলচৰ-বদৰপুৰ সংযোগী পথ

Asomiya Pratidin
  • মেঘালয়ৰ সোণাপুৰত ভূমিস্খলন

  • মুষলধাৰ বৰষুণৰ ফলতেই সংঘটিত এই ভূমিস্খলনৰ ঘটনা

  • পাহাৰৰ পৰা বাগৰি অহা মাটিয়ে পুতি পেলায় সুৰংগৰ সন্মুখ ভাগ

  • সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৬ নম্বৰ শিলচৰ-বদৰপুৰ সংযোগী পথ

  • মিজোৰাম, মণিপুৰ, ত্রিপুৰাৰ সৈতে বিছিন্ন হৈ পৰিছে যোগাযোগ

  • সমগ্র পথছোৱাত সৃষ্টি হৈছে ব্যাপক যান-জঁটৰ।