অসম

মেঘালয়ৰ সোণাপুৰ সুৰংগৰ সমীপত ভূমিস্খলন

Asomiya Pratidin
  • পুনৰ মেঘালয়ৰ সোণাপুৰ সুৰংগৰ সমীপত সংঘটিত হয় ভূমিস্খলন ।

  • নেৰানেপেৰা বৰষুণৰ ফলত পুৱাৰে পৰা খহিছে পাহাৰ ।

  • ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে ৰাষ্ট্রীয় ঘাইপথ ।

  • বৰাক-গুৱাহাটী সংযোগী পথৰে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ।

  • দুয়োপাৰে আবদ্ধ হৈ পৰিছে শ শ বাহন ।

  • পথ মুকলিৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে।