বিহপুৰীয়াত হৰিণা উদ্ধাৰ...
বিহপুৰীয়াত হৰিণা উদ্ধাৰ... 
লখিমপুৰ

বিহপুৰীয়াত হৰিণা উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বিহপুৰীয়া: বিহপুৰীয়াৰ বদতি জামুগুৰিৰ খকণ্ডগুৰিত আজি এটি হৰিণা পহু বন বিভাগে ৰাইজৰ সহযোগত উদ্ধাৰ কৰে ৷ আজি পুৱাৰ ভাগত জনাঞ্চলত বিচৰণ কৰা পহুটো একাংশ দুষ্কৃতিকাৰীয়ে খেদি খেদি আহত কৰে ৷

পৰবৰ্তী সময়ত একাংশ প্ৰকৃতিপ্ৰেমীয়ে বিহপুৰীয়া বন বিভাগ আৰক্ষীক খবৰ দিয়াত বন বিভাগে ৰাইজৰ সহায়ত পহুটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷