poem
poem 
অসম

আমি কলৈ যাঁও...

Asomiya Pratidin

ত্ৰিবেণী বৰুৱা

এই যে আমি গৈ থাকো কোনোবা দিশে

ক'ত শেষ হয় এই বাট

বাট বুলি অবাটে গুচি যাঁওতেই

পাৰ হৈ যাঁও ক'ত নদী ঘাট।

আমি আচলতে কলৈ যাঁও

মৃত্যুৰ কাষলৈ নে আন কৰোবালৈ ?

আমি নিজেও নাজানো কলৈ গৈ আছো আমি

মাঁথো মৃত্যু আহে কাষ চাপি ।

আৰু পঢ়ক: কবিতা ১১৬/ শিল