অসম

মালিগাঁৱত অপহৃত শিশু উদ্ধাৰ বিহাৰত

Asomiya Pratidin
  • মালিগাঁৱৰ গোটানগৰৰ পৰা অপহৃত শিশু উদ্ধাৰ

  • বিহাৰৰ পৰা উদ্ধাৰ শিশু দুটিক

  • বৈশালী জিলাৰ মহুৱাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে শিশু দুটা

  • বৃহস্পতিবাৰে গোটানগৰৰ পৰা শিশু দুটি অপহৃত হৈছিল