ei muhurtar khabar
ei muhurtar khabar  
কৰিমগঞ্জ

কৰিমগঞ্জৰ পেটেল নগৰত অগ্নিকাণ্ড...

Asomiya Pratidin
  • কৰিমগঞ্জৰ পেটেল নগৰত অগ্নিকাণ্ড

  • অগ্নিকাণ্ডত জাহ গ’ল শ্রমিকৰ ১০ টাকৈ বাসগৃহ

  • সিং ইটাৰ ভাটাত সংঘটিত এই অগ্নিকাণ্ড

  • দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ কৰ্তৃপক্ষৰ

  • প্রায় দুই লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত

  • ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ইটাৰ ভাটাৰ কৰ্তৃপক্ষ

  • অৱশ্যে ঘটনাত কোনো লোক হতাহতি হোৱা নাই