বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিঃ দুজনক আটক...
বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিঃ দুজনক আটক... 
কাৰ্বি-আংলং

বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিঃ দুজনক আটক...

Asomiya Pratidin
  • বোকাজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি।

  • আৰক্ষীয়ে আটক কৰিছে দুই সৰবৰাহকাৰীক।

  • ডিলাই আৰক্ষীৰ নাকা তালাচিত জব্দ কৰা হৈছে এই বাৰ্মিজ চুপাৰিখিনি।

  • জব্দকৃত চুপাৰিখিনিৰ পৰিমাণ ৫০ কুইণ্টল।

  • AS 25 EC 2165 নম্বৰৰ এখন ট্ৰাকত গোপন চেম্বাৰ সাজি সৰবৰাহৰ চেষ্টা কৰিছিল চক্ৰটোৱে।

  • আটকাধীন দুই সৰবৰাহকাৰীৰ নাম ছাদ্দাম হুচেইন আৰু ৰুবুল আমিন।

  • অধিক তথ্যৰ বাবে দুই সৰবৰাহকাৰীকে জেৰা চলাই আছে আৰক্ষীয়ে।

  • জব্দ কৃত অবৈধ বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকা।