অসম

কামাখ্যা মন্দিৰলৈ যোৱা পথত থকা প্রতিমূৰ্তি ভাঙিলে দুৰ্বৃত্তই…

asomiyapratidin

•কামাখ্যা মন্দিৰলৈ যোৱা পথত অঘটন।

•মন্দিৰলৈ যোৱা পথত থকা প্রতিমূৰ্তি ভাঙিলে দুৰ্বৃত্তই।

•মেখেলা উজুৱা পথৰ আৰ্হিত বনোৱা হৈছিল প্রতিমূৰ্তিসমূহ।

•সুৰাসক্ত যুৱকে ঘটনাটো সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।