অসম

নগাঁৱত প্ৰেমিকে জীৱন্তে জ্বলাই দিলে প্ৰেমিকাক

asomiyapratidin
  • নগাঁৱত প্ৰেমিকে জীৱন্তে জ্বলাই দিয়া যুৱতীগৰাকীৰ মৃত্যু।
  • কিছুসময় পূৰ্বে চিকিৎসালয়ত মৃত্যু হ'ল যুৱতীগৰাকীৰ।
  • যুৱতীগৰাকীৰ নাম আছিল লাইনিলা বেগম।
  • নগাঁৱৰ জুৰীয়াৰ ফাকলিত আছিল যুৱতীগৰাকীৰ ঘৰ।
  • পিতৃৰ সৈতে মিলি প্ৰেমিকে মিলি জ্বলাই দিছিল যুৱতীগৰাকীক।
  • জ্বলাই দি পথাৰত পেলাই থৈ গৈছিল যুৱতীগৰাকীক।
  • আৰক্ষীৰ জালত প্ৰেমিক হাবিবুৰ।
  • প্ৰেমিক হাবিবুৰৰ পিতৃকো আটক।
  • আৰু দুজন লোক জড়িত আছে এই ঘটনাত।
  • নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যুৱতীগৰাকী।