জুইত জাহ গ'ল 'ৰিলেক্সি' ধাবা...
জুইত জাহ গ'ল 'ৰিলেক্সি' ধাবা... dangor khabar
যোৰহাট

জুইত জাহ গ'ল 'ৰিলেক্সি' ধাবা...

Asomiya Pratidin
  • মৰিয়নিত বিধ্বংসী অগ্নিকাণ্ড।

  • মৰিয়নিৰ নাগিনীজানত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

  • নাগিনীজান পথত থকা 'ৰিলেক্সি' নামৰ এখন ধাবাত অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে ধাবাখন।

  • প্ৰাথমিক তথ্য অনুসৰি শ্বৰ্টচাৰ্কিটৰ ফলতেই সূত্ৰপাত হৈছে এই অগ্নিকাণ্ড।