যোৰহাটত ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰিলে ৩ লাখ ৭০ হাজাৰ...
যোৰহাটত ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰিলে ৩ লাখ ৭০ হাজাৰ... 
যোৰহাট

যোৰহাটত ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰিলে ৩ লাখ ৭০ হাজাৰ...

Asomiya Pratidin
  • যোৰহাটত ফ্লায়িং স্কোৱাৰ্ডৰ অভিযান।

  • টীয়কত নিশা জব্দ ৩ লাখ ৭০ হাজাৰ টকা।

  • টীয়কৰ বলমা কানুপুখুৰীৰ পৰা জব্দ কৰা হৈছে টকাখিনি।

  • টকাখিনি জব্দ কৰি লৈ যোৱা হৈছে যোৰহাটলৈ।

  • টকাখিনি কাৰ আছিল সেই বিষয়ে জানিব পৰা হোৱা নাই।