যোৰহাট

চাহ বাগিছাৰ কলঘৰত পুনৰ অঘটন

Asomiya Pratidin
  • চাহ বাগিছাৰ কলঘৰত পুনৰ অঘটন

  • তিতাবৰৰ টাইৰুণ চাহ বাগিচাৰ কলঘৰৰ CTC যন্ত্ৰত আঘাতপ্ৰাপ্ত কৰ্মচাৰী

  • CTC যন্ত্ৰত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাতপ্ত শ্ৰমিকজনৰ নাম ভাস্কৰ মাহান্তি

  • মাহান্তিক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে।