বকোৰ ৰাজাপাৰাত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণঃ উদ্ধাৰৰ বাবে চলিব অভিযান...
বকোৰ ৰাজাপাৰাত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণঃ উদ্ধাৰৰ বাবে চলিব অভিযান...  
অসম

বকোৰ ৰাজাপাৰাত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণঃ উদ্ধাৰৰ বাবে চলিব অভিযান...

Asomiya Pratidin
  • কামৰূপৰ বকোত আঘাতপ্ৰাপ্ত বন্যহস্তী।

  • আঘাতপ্ৰাপ্ত বন্যহস্তীটোৱে বিচৰণ কৰিছে জনাঞ্চলত।

  • স্থানীয় ৰাইজে যোগান ধৰিছে খাদ্য।

  • হাতীটোক আঘাতপ্ৰাপ্ত অৱস্থাত দেখি স্থানীয় ৰাইজে খবৰ দিছে বন বিভাগৰ বিষয়াক।

  • প্ৰত্যক্ষদৰ্শীৰ মতে হাতীটোৰ ভৰিত আঘাতৰ চিন স্পষ্ট।

  • অৱশ্যে কিদৰে আঘাতৰ সন্মুখীন হ'ল সেয়া এতিয়াও স্পষ্ট নহয়।

  • আজি বন বিভাগৰ এটা দলে আঘাতপ্ৰাপ্ত হাতীটোক উদ্ধাৰৰ প্ৰচেষ্টা চলিব।