অসম

বিশ্বনাথত পুনৰ জব্দ অবৈধ সুৰা

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত পুনৰ জব্দ হ'ল বৃহৎ পৰিমাণৰ অবৈধ সুৰা। বিশ্বনাথ আৰক্ষীৰ অভিযানত বৰপথাৰৰ পৰা জব্দ ১৬ কাৰ্টুন অবৈধ বিয়েৰৰ কাৰ্টুনৰ লগতে বিভিন্ন বেণ্ডৰ সুৰা।

জব্দ কৰিলে এ এছ ০১ এফ ই- ৪২৯২ নম্বৰৰ এল্ট' গাড়ী আৰু এ এছ ১২ এন- ৪৯৬৫ নম্বৰৰ এখন মটৰ চাইকেল। আটক এগৰাকী মহিলাসহ দুজন লোক।