ডবকাৰ আশ্রয় শিবিৰত শিশু অসুস্থঃ মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া গোচৰ...
ডবকাৰ আশ্রয় শিবিৰত শিশু অসুস্থঃ মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া গোচৰ... 
অসম

ডবকাৰ আশ্রয় শিবিৰত শিশু অসুস্থঃ মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া গোচৰ...

Asomiya Pratidin
  • ডবকাৰ আশ্রয় শিবিৰৰ ঘটনাক লৈ মানৱ অধিকাৰ আয়োগৰ নিজাববীয়া গোচৰ।

  • শুনানি গ্রহণ কৰি ৰাজ্য চৰকাৰলৈ আয়োগৰ জাননী জাৰি।

  • ১২৮/০৩/১৪/২০০৩ নম্বৰত গোচৰ ৰুজু কৰি শুনানি গ্রহণ আয়োগৰ।

  • সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত আয়োগে লৈছিল নিজাববীয়া গোচৰ।

  • শিবিৰত একেদিনাই অসুস্থ হৈছিল অৰ্ধশতাধিক শিশু।

  • ডায়েৰিয়াজনিত ৰোগত আক্রান্ত হৈছিল শিশুসকল।

  • পৰৱৰ্তী সময়ত ধুমুহাই তচনচ কৰিছিল আশ্রয় শিবিৰ।

  • দুবছৰ ধৰি এখন তিৰ্পালৰ তলত বসবাস কৰি আহিছে পৰিয়ালকেইটা।

  • বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়েও নিজববীয়া গোচৰ ৰুজু কৰিছিল।

  • শুনানি গ্রহণ কৰি চৰকাৰক তীব্র ককৰ্থনা কৰিছিল উচ্চ ন্যায়ালয়ে।