dangor khabar
dangor khabar  
হোজাই

লংকাৰ উদালী কছাৰী গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট...

Asomiya Pratidin
  • লংকাৰ উদালী কছাৰী গাঁৱত মাৰপিটৰ ঘটনা।

  • ভূমি কেন্দ্রীক সংঘাতৰ বাবে সৃষ্টি হয় এই মাৰপিটৰ ঘটনা।

  • এদল লোকে আক্রমণ কৰে আব্দুল মতিন নামৰ এজন লোকক।

  • গুৰুতৰভাৱে আহত আব্দুল মতিন।

  • ইয়াৰোপৰি আহত হৈছে আব্দুল মতিনৰ পৰিয়ালৰ কেইবাগৰাকীও মহিলা।

  • ঘটনা সন্দৰ্ভত উদালী আৰক্ষী পহৰা চকীত গোচৰ ৰুজু।