আই পি এল জুৱাৰী আটকঃ কেইবালাখ টকা জব্দ...
আই পি এল জুৱাৰী আটকঃ কেইবালাখ টকা জব্দ... 
হোজাই

আই পি এল জুৱাৰী আটকঃ কেইবালাখ টকা জব্দ...

Asomiya Pratidin
  • ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ হৈছে আই পি এল জুৱাৰী।

  • আজি লংকাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কেইবাজনো জুৱাৰীক।

  • জুৱাৰী কেইটাৰ পৰা জব্দ কৰিছে নগদ ৮ লাখ টকা।

  • ধৃত প্রেম কুমাৰ সিং, উত্তম কুমাৰ সিং, অমৃত সিনহা, মিঠু শীল।

  • জুৱাৰী কেইটাৰ পৰা জব্দ কৰিছে ৪ টা মোবাইল ফোনো।

  • লংকা আৰক্ষীৰ অভিযানত আটক হয় এই জুৱাৰী কেইটা।