হোজাইত গুলীচালনাৰ ঘটনাঃ এজন আহত...
হোজাইত গুলীচালনাৰ ঘটনাঃ এজন আহত... 
হোজাই

হোজাইত গুলীচালনাৰ ঘটনাঃ এজন আহত...

Asomiya Pratidin
  • হোজাইত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

  • এই ঘটনাত আহত হৈছে এজন যুৱক।

  • হোজাইৰ মোৰাঝাৰত সংঘটিত হৈছে এই ঘটনা।

  • আৰিফুদ্দিন নামৰ এজন যুৱকৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ।

  • আৰিফুদ্দিনৰ গুলীত আহত চাহাবুদ্দিন নামৰ এজন যুৱক।

  • আহত চাহাবুদ্দিনক হোজাইৰ হাম হাস্পতালত ভৰ্তি।

  • ব্যৱসায় জনিত লেনদেনক কেন্দ্ৰ কৰিয়েই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

  • স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।