জে'লৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছ সৰবৰাহত নামিছে অসাধু চক্ৰঃ ৬ জনক গ্ৰেপ্তাৰ...
জে'লৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছ সৰবৰাহত নামিছে অসাধু চক্ৰঃ ৬ জনক গ্ৰেপ্তাৰ...  
হোজাই

জে'লৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছ সৰবৰাহত নামিছে অসাধু চক্ৰঃ ৬ জনক গ্ৰেপ্তাৰ...

Asomiya Pratidin
  • লামডিঙ আৰক্ষীৰ বৃহৎ সফলতা৷

  • আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ছজনকৈ কুখ্যাত ড্ৰাগছ অপৰাধীক ৷

  • নিশা লামডিং আৰক্ষীয়ে বিভিন্ন অঞ্চলত অভিযান চলাইছিল।

  • আভিযানত লামডিঙৰ পীযুষ মজুমদাৰ, প্ৰদীপ লোধ, ভূৱন দাস, ৰাজ দাস আৰু ৰাছিদ আলী নামৰ ছজনকৈ যুৱকক আটক কৰে।

  • আৰক্ষীয়ে যুৱককেইজনৰ পৰা কন্টেইনাৰত প্ৰায় ৯.২৮ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷

  • জানিব পৰা মতে লামডিং বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল যুৱক কেইজনে ।

  • কেইমাহমান পূৰ্বে যুৱক কেইজনক আৰক্ষীয়ে আটক কৰি জে'ললৈ প্ৰেৰন কৰিছল।

  • জামিনত আহি পুনৰ লিপ্ত হৈছিল ড্ৰাগছ সৰবৰাহৰ ব্যৱসায়ত ৷

  • বৰ্তমান লামডিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷