অসম

ব্লেক ফাংগাছ, আছাম গেছ কোম্পানী আৰু লকডাউনৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা…

asomiyapratidin

ব্লেক ফাংগাছ, আছাম গেছ কোম্পানী আৰু লকডাউনৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা…

  • দুলীয়াজনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সংবাদ মেল।
  • আছাম গেছ কোম্পানীৰ গেছ ভাণ্ডাৰ ৪ শতাংশ বৃদ্ধি।
  • ৩০০ কোটিৰ ব্যৱসায় বৃদ্ধি কৰিছে আছাম গেছ কোম্পানীয়ে।
  • কোম্পানীৰ ব্যৱসায় ১০০০ কোটিলৈ বৃদ্ধিৰ আশা মুখ্যমন্ত্ৰী শৰ্মাৰ।
  • অইলৰ পৰা ৮০০ কোটি টকা পাবলৈ আছে ৰাজ্য চৰকাৰে।
  • গুৱাহাটীবাসীয়ে পাইপ গেছ পাবনে নাই তাৰ চিন্তা-চৰ্চা কৰা হ'ব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ।
  • কোভিড পৰিস্থিতি উন্নত নোহোৱা জিলাত লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা।
  • এই সন্দৰ্ভত বৃহস্পতিবাৰে লোৱা হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • AMCH ত ব্লেক ফাংগাছ ৰোগত আক্ৰান্ত ৰোগী ধৰা পৰাৰ কথা উল্লেখ মুখ্যমন্ত্ৰীৰ।
  • মধুমেহ ৰোগত আক্ৰান্তসকলৰ ক্ষেত্ৰত এই ৰোগে সমস্যাৰ সৃষ্টি কৰিছে।
  • দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।