dangor kotha
dangor kotha  
হাইলাকান্দি

ছাৰ্ভিচ বন্দুকেৰে আত্মহনন CRPF জোৱানৰ

Asomiya Pratidin
  • হাইলাকান্দিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

  • নিজৰ ছাৰ্ভিচ বন্দুকেৰে গুলীয়াই আত্মহনন এজন চি আৰ পি এফৰ জোৱানৰ।

  • নিহত জোৱানজনৰ নাম বাদেশ্বৰ ৰায়।

  • পাঁচগ্রামৰ এটা অস্থায়ী কেম্পত কৰ্তব্যৰত অৱস্থাত থকাৰ সময়তে সংঘটিত হৈছে এই ঘটনা।

  • চি আৰ পি এফৰ জোৱানজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।