অসম

ঘোচ লৈ পুনৰ আটক চৰকাৰী বিষয়া

Asomiya Pratidin
  • উৎকোচ লৈ পুনৰ আটক চৰকাৰী বিষয়া।

  • মুখ্যমন্ত্রীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত আটক।

  • আটক গোঁসাইগাঁও ৰাজহ চক্রৰ ২জনকৈ লাট মণ্ডলক।

  • ইমামুল হক আৰু মহৰি ৱাহেদ আলীক আটক।

  • ২৫ হাজাৰ টকা ঘোচ লওঁতে হাতে-লোটে আটক হয় দুয়ো।