অসম

চন্দ্ৰপুৰত মালবাহী ৰে'লগাড়ীৰ লাইচ্যুত : উজনি লৈ যাতায়ত কৰা সকলোবোৰ ৰে'লগাড়ীৰ চলাচল বন্ধ

Asomiya Pratidin
  • চন্দ্ৰপুৰৰ পানবাৰীত মালবাহী ৰে'লগাড়ীৰ লাইচ্যুত

  • ৰে'লপথৰ পৰা নামি গৈছে দুটাকৈ ৰে'লৰ দবা

  • পানবাৰী ৰে'ল ষ্টেচন সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনাটো

  • মালবাহী ৰে'ল গাড়ী লাইচ্যুত হোৱাৰ ফলতে উজনি লৈ যাতায়ত কৰা সকলোবোৰ ৰে'লগাড়ীৰ চলাচল বন্ধ ৰখা হৈছে

  • গুৱাহাটী ৰে'ল ষ্টেচনতে আবদ্ধ হৈ আছে উজনিমুৱা কেবাখনো যাত্ৰীবাঁহী ৰে'ল গাড়ী

  • সন্ধিয়া ৫ বজাতে সংঘটিত হৈছে এই দুৰ্ঘটনাটো।