নতুনকৈ কামলৈ আহিছিল শৰতঃ নুমলীগড় শোধনাগাড়ৰ পাইপৰ হেঁচাত হেৰুৱালে প্ৰাণ...
নতুনকৈ কামলৈ আহিছিল শৰতঃ নুমলীগড় শোধনাগাড়ৰ পাইপৰ হেঁচাত হেৰুৱালে প্ৰাণ... 
গোলাঘাট

নতুনকৈ কামলৈ আহিছিল শৰতঃ নুমলীগড় শোধনাগাড়ৰ পাইপৰ হেঁচাত হেৰুৱালে প্ৰাণ...

Asomiya Pratidin
  • নুমলীগড় শোধনাগাড়ত অঘটন।

  • কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু।

  • নিহত যুৱকজন বোকাখাত কুৰুৱাবাহীৰ শৰত বৰা ।

  • প‍াঞ্জাৱ ইঞ্জিনীয়াৰিং নামৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল যুৱকজন।

  • গধুৰ পাইপৰ হেঁচাত নিহত হয় যুৱকজন।

  • আজি নতুনকৈ কৰ্মত যোগদান কৰিছিল যুৱকজনে।