গোলাঘাট

বোকাখাতত পথ দুৰ্ঘটনাত এজন নিহত...

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাটঃ

◾ বোক‍খাতত শুকুৰবাৰে নিশা পথ দুৰ্ঘটনা।

◾ বোকাখাতৰ লতাবাৰীৰ সমিপত সংঘটিত হয় এই দুৰ্ঘটনা।

◾ অচিনাক্ত বাহনৰ খুন্দাত নিহত মটৰ চাইকেল আৰোহী।

◾ নিহত মটৰ চাইকেল আৰোহীজন বোকাখাত সেউজীপাৰ নিবাসী যতীন দাস বুলি জানিব পৰা গৈছে।

◾ নিহত যুৱকজন কাজিৰঙাৰ এখন ফাৰ্মাচিত কৰ্মৰত আছিল।