road accident
road accident road accident
গোলাঘাট

গোলাঘাটৰ তেতেলীতলত পথ দুৰ্ঘটনা : এজন নিহত

Asomiya Pratidin
  • গোলাঘাটৰ তেলেলীতলৰ সমীপৰ নোগোৰা আলিত পথ দুৰ্ঘটনাত এজন নিহত ।

  • AS-05 R 7262 পালচাৰ বাইকখনেৰে গোলাঘাটৰ দিশৰ পৰা গৈ আছিল যুৱকজন।

  • জানিব পৰা মতে বিপৰীত দিশৰ পৰা অহা এখন অচিনাক্ত বাহনে যুৱকজনক খুন্দিয়াই পলায়ন কৰে ।

  • পথাৰত চিটিকি পৰা যুৱকজন থিতাতে নিহত হয়।

  • ঘটনাস্থলীত ফৰকাটিং থানাৰ আৰক্ষী আৰু গোলাঘাট যানবাহন শাখাৰ আৰক্ষী উপস্থিত ৷

  • নিহত যুৱকজন দৈয়াং চাহবাগিছাৰ মণ্টু গড় বুলি জানিব পৰা গৈছে ৷