গোলাঘাট

গোলাঘাটত চোৰাং তেলৰ বৃহৎ‍ ঘাটি উৎখাত

Asomiya Pratidin
  • গোলাঘাটত চোৰাং তেলৰ বৃহৎ‍ ঘাটি উৎখাত

  • চোৰাং তেলৰ ব্যৱসায়ত জড়িত খাদিমুল হুছেইন নামৰ এজনক আটক

  • টেংকাৰৰ পৰা চোৰাংকৈ তেল উলিয়াই থকাৰ সময়তে হাতে-লোটে আটক

  • লুৰুকীহাটৰ আখৈফুটীয়াত চলিছিল আৰক্ষীৰ অভিযান

  • দীৰ্ঘদিনৰে পৰা লোকজনে ঘৰৰ পৰাই চলাই আহিছিল তেলৰ চোৰাং বেহা

  • খাদিমুলৰ ঘৰৰ পৰা বুজন পৰিমাণৰ চোৰাং পেট্র’ল, ডিজেল উদ্ধাৰ কৰে।