গোৱালপাৰাত ডকাইত-আৰক্ষীৰ সংঘৰ্ষঃ দুই ডকাইত নিহত, OC আহত...
গোৱালপাৰাত ডকাইত-আৰক্ষীৰ সংঘৰ্ষঃ দুই ডকাইত নিহত, OC আহত... 
গোলাঘাট

গোৱালপাৰাত ডকাইত-আৰক্ষীৰ সংঘৰ্ষঃ দুই ডকাইত নিহত, OC আহত...

Asomiya Pratidin
  • ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা।

  • এইবাৰ গোৱালপাৰাৰ আগিয়াৰ নিচিন্তাত গুলীয়াগুলীৰ ঘটনা।

  • আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘৰ্ষ।

  • সংঘৰ্ষত নিহত দুই ডকাইত।

  • নিহত এজনৰ নাম অমৰ থাপা বুলি চিনাক্ত।

  • আহত আগিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাস।

  • অতিৰিক্ত আৰক্ষী অধীক্ষক ঋতুৰাজ দলেৰ নেতৃত্বত চলিছিল অভিযান।

  • ডকাইতৰ দলে ব্যৱহাৰ কৰা এখন বাহনো জব্দ কৰে আৰক্ষীয়ে।