প্ৰতীকি ফটো
প্ৰতীকি ফটো 
গোৱালপাৰা

গোৱালপাৰাত বনৰীয়া হাতীৰ সন্ত্রাস অব্যাহত

Asomiya Pratidin
  • গোৱালপাৰাত বনৰীয়া হাতীৰ সন্ত্রাস।

  • বন্যহস্তীৰ আক্রমণত নিহত এজন ব্যক্তি।

  • বলবলাৰ ফফংগা দ্বিতীয় খণ্ড গাৰোপাৰাত এই ঘটনা।

  • নিহত লোকজনৰ নাম সমজিৎ মাৰাক।

  • ৫ দিন ধৰি গাঁওখনত চলি আছে হাতীৰ উপদ্রৱ।

  • বন বিভাগৰ লোকক জবাবদিহি ক্ষুব্ধ ৰাইজৰ।