/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019/07/e973b6a5-6582-44ff-b064-617a87549f1b.jpg)
বছৰটোৰ তৃতীয়টো বানে সংহাৰী ৰূপ লৈছে তামাৰহাট... প্ৰতিনিধিত্বমূলক ফটো
-
বানত বুৰিল তামাৰহাটৰ কেইবাখনো গাঁও।
-
ঘৃতিজ্ঞাকুটি, গাৰোপাৰা, শগুন চেৰা, সোণালুডাৱৰী গাওঁ কেইখন বুৰিল বানত।
-
বাঘডোৰা, বন্যাগুৰি নামৰ গাওঁ দুখনো পানীৰ তলত।
-
গংগাধৰ নৈয়ে তাণ্ডৱ চলাইছে গাঁওকেইখনত।
-
ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ বানাক্রান্ত লোক।
-
বছৰটোৰ ৩য়টো বানে সংহাৰী ৰূপ লৈছে তামাৰহাটত।
Also Read: গৰু চোৰক ৰাইজৰ প্ৰহাৰঃ বাহনত অগ্নি সংযোগ....