গোৱালপাৰা আৰক্ষীৰ জালত জুবিনঃ ড্ৰাগছ সৰবৰাহৰে আছিল জড়িত...
গোৱালপাৰা আৰক্ষীৰ জালত জুবিনঃ ড্ৰাগছ সৰবৰাহৰে আছিল জড়িত... 
গোৱালপাৰা

গোৱালপাৰা আৰক্ষীৰ জালত জুবিনঃ ড্ৰাগছ সৰবৰাহৰে আছিল জড়িত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বৃহস্পতিবাৰে গোৱালপাৰাত আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ সৰবৰাহকাৰী।

আৰক্ষীয়ে গোৱালপাৰা অসামৰিক চিকিৎ‍সালয়ৰ সন্মুখৰ পৰা আটক কৰা এই ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম জুবিন চৌধুৰী। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আছিল জুবিনে।

শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই ৭.৫১ গ্ৰাম ড্ৰাগছৰ সৈতে জুবিনক আটক কৰে আৰক্ষীয়ে।