road accident
road accident
গোৱালপাৰা

গোৱালপাৰাৰ বগুৱানত নিশা পথ দুৰ্ঘটনা : থিতাতে দুজন নিহত

Asomiya Pratidin
  • গোৱালপাৰাৰ বগুৱানত নিশা পথ দুৰ্ঘটনা

  • নিয়ন্ত্রণ হেৰুৱাই বৈদ্যুতিক খুঁটাত খুন্দা বাইক আৰোহীৰ

  • দুৰ্ঘটনাত থিতাতে নিহত দুজন

  • নিহত দুজন ছাটামাৰী গাঁৱৰ ছৰিফুল ইছলাম, আকতাৰ হুছেইন

  • গুৰুতৰভাৱে আহত আশ্রাফুল হক নামৰ আন এজন।