ফাকুৱাৰ আনন্দৰ মাজতে নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই ছাত্ৰ...
ফাকুৱাৰ আনন্দৰ মাজতে নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই ছাত্ৰ... 
গোৱালপাৰা

ফাকুৱাৰ আনন্দৰ মাজতে নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই ছাত্ৰ...

Asomiya Pratidin
  • গোৱালপাৰাৰ মাটিয়াৰ গোপালপুৰত অঘটন।

  • নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ।

  • কৃষ্ণাই-দুধনৈ সংযোগস্থলীত সংঘটিত হৈছে এই ঘটনা।

  • সন্ধানহীন দুই কিশোৰ শুভম নাথ আৰু জনাৰ্দন দাস।

  • শুভম নাথ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল।

  • জনাৰ্দন দাস উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী।

  • দুই কিশোৰৰ সন্ধানত SDRFৰ অভিযান অব্যাহত।