অসম

মাতৃহাৰা হ'ল ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস

Asomiya Pratidin
  • মাতৃহাৰা হ'ল ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস

  • বিজনীৰ ৪ নং ৱাৰ্ড নিবাসী তথা ধৰ্মপ্ৰাণা মহিলা গংগাপ্ৰিয়া দাসৰ মৃত্যু

  • বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় কুমাৰ দীপক দাসৰ মাতৃৰ

  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ

  • তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে।