অসম

উপাৰ্জনতকৈ সম্পত্তি অধিকঃ পত্নীসহ গ্ৰেপ্তাৰ ধূলাৰ থানাৰ পূৰ্বৰ অ'চিক

Asomiya Pratidin
  • ধূলাৰ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক পত্নীসহ গ্ৰেপ্তাৰ

  • চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে

  • আয় বৰ্হি:ভূত সম্পত্তি সন্দৰ্ভত চি আই ডিয়ে চলাইছিল তদন্ত

  • দুয়োকে আদালতত হাজিৰ কৰোৱা হয়

  • ৫ দিনৰ আৰক্ষীৰ জিন্মাত দিছে আদালতে

  • ধূলাৰ বনকৰা ছোৱালীৰ হত্যাকাণ্ডৰ অভিযুক্তক ধন লৈ সাৰি যাবলৈ সুযোগ দিছিল এইগৰাকী বিষয়াই

  • পত্নীৰ নাম দিশা ডেকা ।