- দৰঙৰ শাকতোলা মথাউৰীত উত্তপ্ত পৰিস্থিতি।
- থেকেৰাবাৰীৰ ভোকেলিমৰাত মথাউৰী কাটিলে বৰ্ন্যাতই।
- শাকতোলা নৈৰ বানত এসপ্তাহে বুৰি আছে বৰথেকেৰাবাৰী আৰু ৰঙামাটি অঞ্চলৰ বহুকেইখন গাওঁ।
- বন্ধ পানী ওলায় যোৱাৰ বাবেই ৰাইজে কাটিলে মথাউৰী।
- ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী, প্ৰশাসনৰে ৰাইজৰ সংঘাত।
- ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
- ৰাইজে সাংবাদিককো প্ৰৱেশ কৰিব দিয়া নাই অঞ্চলটোত।
- শ শ লোকে উত্তপ্ত কৰি ৰাখিছে সমগ্ৰ অঞ্চলটো।
- শ্লুইচ গেট সৰু হোৱাৰ বাবেই পানী ওলাই যাব নোৱাৰি এসপ্তাহে জলমগ্ন হৈ আছে মঙলদৈৰ প্ৰায় দহ খনকৈ গাওঁ ৷