IFS বিষয়া আকাশদ্বীপ বৰুৱাৰ বিৰুদ্ধে পত্নী ৰুবী বৰুৱাৰ বিস্ফোৰক অভিযোগ…

IFS বিষয়া আকাশদ্বীপ বৰুৱাৰ বিৰুদ্ধে পত্নী ৰুবী বৰুৱাৰ বিস্ফোৰক অভিযোগ…
  • IFS বিষয়া আকাশদ্বীপ বৰুৱাৰ বিৰুদ্ধে পত্নী ৰুবী বৰুৱাৰ অভিযোগ।
  • পত্নীক শাৰিৰিক অত্যাচাৰ চলোৱা বুলি অভিযোগ তোলা হৈছে বৰুৱাৰ বিৰুদ্ধে।
  • ফেচবুকত আপলোড কৰিছে আলোকচিত্ৰ।
  • সেই আলোকচিত্ৰত দেখা পোৱা গৈছে আঘাতৰ চিন।
  • বৰ্তমান তামিলনাডুৰ মুখ্য বন সংৰক্ষকৰ পদত আছে আকাশদ্বীপ বৰুৱা।
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো সঞ্চালক আছিল বৰুৱা।
  • স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ আত্মহনন কৰাৰো ভাবুকি দিছে পত্নী ৰুবী বৰুৱাই।
  • এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আকাশদ্বীপ বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in