এই মুহুৰ্তৰ খবৰ
এই মুহুৰ্তৰ খবৰ 
অসম

গোসাঁইগাঁৱৰ কৰ্তিমাৰীত গুলীচালনাৰ ঘটনা

Asomiya Pratidin
  • গোসাঁইগাঁৱৰ তুলসীবিলৰ কৰ্তিমাৰীত গুলীচালনাৰ ঘটনা

  • CSPৰ স্বত্বাধিকাৰীৰ পৰা দুৰ্বৃত্তই লুটিলে নগদ ২ লাখ টকা

  • ৫জনীয়া দুৰ্বৃত্তই আক্রমণ কৰে স্বত্বাধিকাৰ বিশ্বজিৎ বৰ্মনক

  • ধন লুট কৰি শূন্যলৈ গুলীচালনা কৰি উধাও দুৰ্বৃত্তৰ দল

  • ঘটনাৰ তদন্ত কৰিবলৈ দাবী পশ্চিম কোকৰাঝাৰ জিলা আক্রাছুৰ।