অসম

ৰঙিয়াত দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰত অগ্নিসংযোগ

Asomiya Pratidin
  • ৰঙিয়া তিনিআলিত উত্তপ্ত পৰিস্থিতি

  • দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰত একাংশ লোকৰ অগ্নিসংযোগ

  • ডাম্পাৰখনৰ খুন্দাত নিহত দুজন লোক

  • নিহত এজনৰ নাম ৰাজু আলী

  • অৱশ্যে আনজনৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা নাই।