অসম

পানীতোলাৰ বেতিয়নি গাঁৱত অগ্নিকাণ্ড

Asomiya Pratidin
  • পানীতোলাৰ বেতিয়নি গাঁৱত অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডৰ ফলত থিতাতে নিহত হয় মাতৃসহ শিশু।

  • নিজা বাসগৃহতেই নিদ্ৰাৰত অৱস্থাত জুয়ে আগুৰি ধৰাত মৃত্যুবৰণ কৰে মাতৃ আৰু সন্তানটিয়ে।

  • জুই নিৰ্বাপণ কৰিবলৈ তিনিচুকীয়া অগ্নিনিৰ্বাপক বাহিনীৰ অহৰহ প্ৰচেষ্টা।

  • স্থানীয় আৰক্ষীৰ ভাষ্য অনুসৰি, তদন্তৰ পাছতহে জানিব পৰা যাব অগ্নিকাণ্ডৰ কাৰণ।