অসম

কামপুৰত কপিলী নদীৰ বানে ভাঙিলে মথাউৰি…

asomiyapratidin
  • কামপুৰত কপিলী নদীৰ তাণ্ডৱ।
  • নৈৰ বানে ভাঙি নিলে সৰুপথাৰ ৪৮ ব্লকৰ মথাউৰি।
  • জলমগ্ন হৈ পৰিছে খকনজুৰি, পূব ডেকেৰুৱা।
  • পশ্চিম ডেকেৰুৱা, ভেৰভেৰিকে ধৰি বহুকেইখন গাওঁ জলমগ্ন।
  • মথাউৰি ভঙাৰ ফলত আবদ্ধ হৈ পৰিছে বহু লোক।