পুনৰ এৰি দিলে খানদং বান্ধৰ পানীঃ বানৰ কৱলৰ পৰা ৰক্ষা পোৱা নাই কপিলীপৰীয়াই…

পুনৰ এৰি দিলে খানদং বান্ধৰ পানীঃ বানৰ কৱলৰ পৰা ৰক্ষা পোৱা নাই কপিলীপৰীয়াই…
  • আজি পুনৰ এৰি দিয়া হৈছে খানদং বান্ধৰ পানী।
  • পুৱা ৫ বজাৰ পৰা খুলি দিয়া হৈছে খানদং বান্ধৰ গেট।
  • মূষলধাৰ বৰষুণৰ ফলত বান্ধৰ ওপৰত বৃদ্ধি পাইছে জলস্তৰ।
  • মুকলি কৰি দিয়া হৈছে বান্ধটোৰ আটাইকেইখন গেট।
  • কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত কপিলীপৰীয়া ৰাইজ এতিয়া বানৰ কৱলত।
  • ইফালে ১৭ খনকৈ ৰে'ল বাতিল কৰাৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ।
  • বায়ু সেনাই বিমানৰ জৰিয়তে উদ্ধাৰ কৰিছে ৰে'ল ষ্টেচনত আৱদ্ধ হৈ থকা যাত্ৰীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in