অসম

ভৈৰৱকুণ্ডত হাতীৰ পোৱালি উদ্ধাৰ

Asomiya Pratidin
  • ভৈৰৱকুণ্ডত হাতীৰ পোৱালি উদ্ধাৰ

  • ৬১ নম্বৰ ভৈৰৱকুণ্ড এছ‌এএবিৰ এটা দলে হাতী পোৱালি এটা উদ্ধাৰ কৰে

  • নদীৰ মাজত আৱদ্ধ হৈ আছিল হাতী পোৱালিটো

  • পোৱালিটোৰ মাত শুনি এছ‌এছবিৰ উদ্ধাৰ বাহিনীয়ে অভিযান চলাই হাতীটোক উদ্ধাৰ কৰে।

  • উদ্ধাৰ কৰা হাতীটোক খাদ্য খুৱাই বনাঞ্চলত এৰি দিয়ে বুলি জানিবলৈ দিয়ে।