অসম

তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত আহত বাইক চালক

Asomiya Pratidin
  • কচুৱা থানাৰ অন্তৰ্গত সোনাৰুগুৰিত দুৰ্ঘটনা

  • তীব্ৰ বেগেৰে আহি থকা ডাম্পাৰে খুন্দিয়াই মটৰ চাইকেল আৰোহীক

  • ডাম্পাৰে খুন্দিওৱাৰ ফলত আঘাতপ্ৰাপ্ত মটৰ চাইকেল চালক

  • আহত ব্যক্তিজনক কচুৱা মডেল হাস্পতাললৈ প্ৰেৰণ

  • তীব্ৰ বেগেৰে আহি থকা ডাম্পাৰখনৰ নম্বৰ AS 02 BC 6369 ।