এই মুহূৰ্তৰ খবৰ
এই মুহূৰ্তৰ খবৰ 
অসম

হাটশিঙিমাৰীত ডাম্পাৰ দুৰ্ঘটনা : নিহত চালক

Asomiya Pratidin
  • নিশা হাটশিঙিমাৰীৰ টেংনামাৰীত ডাম্পাৰ দুৰ্ঘটনা

  • দুৰ্ঘটনাত নিহত চালক, আহত ২

  • মৃত চালকজন বাংটিমাৰি গাঁৱৰ ইনামূল হক

  • নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ দ' পুখুৰীত বাগৰি পৰে ট্রাকখন

  • দুৰ্ঘটনাগ্রস্ত ট্রাকখনৰ পৰা দুজনক উদ্ধাৰ কৰে স্থানীয় ৰাইজে

  • কিন্তু প্রায় এঘণ্টাৰ পিছতহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ট্রাকচালকজনক

  • চালকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে।